তেওঁলোকৰ বিশ্বাসৰ অনুকৰণ কৰক

এই ভিডিঅ’ শৃংখলাত বাইবেলত দিয়া বিশ্বাসী পুৰুষ আৰু তিৰোতাৰ উদাহৰণৰ পৰা শিকক.

তেওঁলোকৰ বিশ্বাসৰ অনুকৰণ কৰক—অব্ৰাহাম, ভাগ ১

এই নাটকত চাওক, অব্ৰাহামে কিয় বিশ্বাস কৰিছিল যে যিহোৱাই তেওঁক কৰা সকলো প্ৰতিজ্ঞা পূৰ কৰিব।

তেওঁলোকৰ বিশ্বাসৰ অনুকৰণ কৰক—অব্ৰাহাম, ভাগ ২

এই নাটকত চাওক, অব্ৰাহামে কেনেকৈ কেৱল নিজৰ বাবেই নহয়, সকলো মানৱজাতিৰ বাবেও আশীৰ্বাদ লাভ কৰিছিল।

তেওঁলোকৰ বিশ্বাসৰ অনুকৰণ কৰক—ৰিবেকা

ৰিবেকাৰ ইমান বিশ্বাস আছিল নে যে তেওঁ নিজৰ ঘৰ এৰি অচিনাকী ঠাইত যাবলৈ সাজু হʼলহেঁতেন?

তেওঁলোকৰ বিশ্বাসৰ অনুকৰণ কৰক—মিৰিয়ম

সকলোৱে ভুল কৰে আৰু মিৰিয়মেও ভুল কৰিলে। যিহোৱাই দিয়া শুধৰণি পালন কৰিবলৈ মিৰিয়মৰ বিশ্বাসে কেনেকৈ তেওঁক সহায় কৰিলে আৰু ইয়াৰ পৰা তেওঁৰ কি লাভ হʼল চাওক।