দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ তীমথিয়লৈ দ্বিতীয় চিঠি অধ্যায়বোৰ ১ ২ ৩ ৪ সাৰাংশ ১ নমস্কাৰ (১, ২) তীমথিয়ৰ বিশ্বাসৰ কাৰণে পৌল ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ (৩-৫) ঈশ্বৰৰ বৰদানক জুইৰ দৰে জ্বলাই ৰাখা (৬-১১) লাভজনক শিক্ষাবোৰ ধৰি ৰাখা (১২-১৪) পৌলৰ শত্ৰুসকল আৰু বন্ধুসকল (১৫-১৮) ২ যোগ্য পুৰুষসকলক শিকোৱা (১-৭) শুভবাৰ্তাৰ কাৰণে দুখ ভোগা (৮-১৩) ঈশ্বৰৰ বাক্যক ভালদৰে ব্যৱহাৰ কৰা (১৪-১৯) ডেকাকালত উঠা ইচ্ছাবোৰৰ পৰা দূৰলৈ পলোৱা (২০-২২) বিৰোধীসকলৰৰ লগত কেনেকৈ ব্যৱহাৰ কৰা হয় (২৩-২৬) ৩ শেষ-কালত সংকটেৰে ভৰা সময় (১-৭) পৌলৰ উদাহৰণ ভালদৰে জানা (৮-১৩) ‘যিবোৰ কথা তুমি শিকিছা, সেইবোৰ পালন কৰি থাকা’ (১৪-১৭) গোটেই শাস্ত্ৰ ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে (১৬) ৪ “নিজৰ সেৱা ভালদৰে পূৰ কৰা” (১-৫) উৎসাহেৰে প্ৰচাৰ কৰা (২) “মই ভালদৰে সংঘৰ্ষ কৰিলোঁ” (৬-৮) পৌলৰ নিজৰ কিছুমান কথা (৯-১৮) অৱশেষত নমস্কাৰ (১৯-২২) Previous Next Print Share Share ২ তীমথিয়—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ ২ তীমথিয়—সাৰাংশ অসমীয়া ২ তীমথিয়—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt ২ তীমথিয়