দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি অধ্যায়বোৰ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ সাৰাংশ ১ নমস্কাৰ (১, ২) সকলো পৰীক্ষাত ঈশ্বৰৰ পৰা শান্ত্বনা (৩-১১) পৌলৰ যাত্ৰাৰ যোজনা সলনি (১২-২৪) ২ পৌলে আনন্দ দিব বিচাৰে (১-৪) এজন পাপীক ক্ষমা কৰা হʼল, বাহাল কৰা হʼল (৫-১১) পৌল ত্ৰোৱা আৰু মাকিদনিয়াত (১২, ১৩) প্ৰচাৰ কাম, এক বিজয়যাত্ৰা (১৪-১৭) ঈশ্বৰৰ বাক্যৰ বেপাৰী নহওঁ (১৭) ৩ মঞ্জুৰি পত্ৰবোৰ (১-৩) নতুন চুক্তিৰ সেৱক (৪-৬) নতুন চুক্তিৰ মহিমা বেছি শ্ৰেষ্ঠ হয় (৭-১৮) ৪ শুভবাৰ্তাৰ পোহৰ (১-৬) অবিশ্বাসীসকলৰ মন অন্ধ কৰি দিছে (৪) মাটিৰ পাত্ৰত ৰত্ন (৭-১৮) ৫ স্বৰ্গৰ ঘৰ কাপোৰৰ দৰে পিন্ধা (১-১০) পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ কাম (১১-২১) এক নতুন সৃষ্টি (১৭) খ্ৰীষ্টৰ কাৰণে ৰাজদূত (২০) ৬ ঈশ্বৰৰ মহা-কৃপাৰ বেয়া ব্যৱহাৰ নকৰিবা (১, ২) পৌলৰ সেৱাৰ বৰ্ণনা (৩-১৩) মিল নোখোৱা যুঁৱলিত যোতা নহʼবা (১৪-১৮) ৭ আমি নিজকে শুচি কৰোঁ (১) কৰিন্থীয়াবিলাকৰ কাৰণে পৌল আনন্দিত (২-৪) তীতে ভাল খবৰ আনে (৫-৭) ঈশ্বৰক আনন্দিত কৰা নিৰাশা; অনুতাপ (৮-১৬) ৮ যিহূদীৰ খ্ৰীষ্টানসকলৰ কাৰণে দান জমা কৰা (১-১৫) তীতক কৰিন্থলৈ পঠোৱা হʼল (১৬-২৪) ৯ দিবলৈ উৎসাহিত কৰা (১-১৫) ঈশ্বৰে আনন্দ মনেৰে দিয়া লোকসকলক প্ৰেম কৰে (৭) ১০ পৌলে নিজৰ সেৱাৰ পক্ষে কয় (১-১৮) আমাৰ অস্ত্ৰ-শস্ত্ৰ জগতৰ দৰে নহয় (৪, ৫) ১১ পৌল আৰু মহা-পাঁচনি (১-১৫) পৌলৰ ওপৰত অহা সমস্যাবোৰ (১৬-৩৩) ১২ পৌলৰ দৰ্শন (১-৭ক) পৌলৰ “শৰীৰত এটা কাঁইট” (৭খ-১০) মহা-পাঁচনিসকলতকৈ কম নহয় (১১-১৩) কৰিন্থীয়াসকলৰ কাৰণে পৌলৰ চিন্তা (১৪-২১) ১৩ শেষ সাৱধানবাণী আৰু পৰামৰ্শবোৰ (১-১৪) “নিজকে চালি-জাৰি চাই থাকা যে তোমালোকে বিশ্বাসত আছা নে নাই” (৫) শুধৰণি কৰি থাকা; একেধৰণৰ চিন্তাধাৰা ৰাখা (১১) Previous Next Print Share Share ২ কৰিন্থীয়া—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ ২ কৰিন্থীয়া—সাৰাংশ অসমীয়া ২ কৰিন্থীয়া—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt ২ কৰিন্থীয়া