দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ যোহনে লিখা শুভবাৰ্তা অধ্যায়বোৰ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ সাৰাংশ ১ বাক্য মানুহ হʼল (১-১৮) যোহন বাপ্তিষ্মা দিওঁতাৰ সাক্ষ্য (১৯-২৮) যীচু, ঈশ্বৰৰ ভেড়া পোৱালি (২৯-৩৪) যীচুৰ প্ৰথম শিষ্যসকল (৩৫-৪২) ফিলিপ আৰু নথনেল (৪৩-৫১) ২ কান্না চহৰত বিয়া; পানীক দ্ৰাক্ষাৰসলৈ সলনি কৰা (১-১২) যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে (১৩-২২) মানুহৰ হৃদয়ত কি আছে, যীচুৱে জানে (২৩-২৫) ৩ যীচু আৰু নীকদীম (১-২১) আকৌ জন্ম হোৱা (৩-৮) ঈশ্বৰে জগতক প্ৰেম কৰিলে (১৬) যোহনে শেষ বাৰৰ বাবে যীচুৰ বিষয়ে সাক্ষ্য দিয়ে (২২-৩০) যিজন ওপৰৰ পৰা আহে (৩১-৩৬) ৪ যীচু আৰু চমৰীয়া তিৰোতা (১-৩৮) “পবিত্ৰ শক্তি আৰু সত্যতাৰে” ঈশ্বৰৰ উপাসনা কৰা (২৩, ২৪) বহুতো চমৰীয়াই যীচুৰ ওপৰত বিশ্বাস কৰিলে (৩৯-৪২) যীচুৱে অধিকাৰীৰ লʼৰাজনক সুস্থ কৰিলে (৪৩-৫৪) ৫ বৈথেচদাত বেমাৰী মানুহজনক সুস্থ কৰা হʼল (১-১৮) যীচুক তেওঁৰ পিতৃয়ে অধিকাৰ দিলে (১৯-২৪) মৃতবিলাকে যীচুৰ মাত শুনিব (২৫-৩০) যীচুৰ বিষয়ে সাক্ষ্য (৩১-৪৭) ৬ যীচুৱে ৫,০০০ জনক খোৱালে (১-১৫) যীচুৱে পানীৰ ওপৰত খোজ কাঢ়ে (১৬-২১) যীচু “জীৱন দিওঁতা আহাৰ” (২২-৫৯) যীচুৰ কথা শুনি বহুতো লোকে বিশ্বাস হেৰুৱালে (৬০-৭১) ৭ যীচু পঁজা-পৰ্বৰ উৎসৱৰ কাৰণে গʼল (১-১৩) উৎসৱত যীচুৱে শিকায় (১৪-২৪) খ্ৰীষ্টৰ বিষয়ে বেলেগ বেলেগ মন্তব্য (২৫-৫২) ৮ পিতৃয়ে যীচুৰ বিষয়ে সাক্ষ্য দিয়ে (১২-৩০) যীচু “জগতৰ পোহৰ” হয় (১২) অব্ৰাহামৰ বংশ (৩১-৪১) “সত্যই তোমালোকক মুকলি কৰিব” (৩২) চয়তানৰ সন্তান (৪২-৪৭) যীচু আৰু অব্ৰাহাম (৪৮-৫৯) ৯ যীচুৱে জন্মৰে পৰা অন্ধ মানুহ এজনক ভাল কৰিলে (১-১২) ফৰীচীবিলাকে সেই মানুহজনক সোধ-পোছ কৰে (১৩-৩৪) ফৰীচীবিলাকৰ অন্ধতা (৩৫-৪১) ১০ ৰখীয়া আৰু ভেড়াৰ গঁৰাল (১-২১) যীচু এজন ভাল ৰখীয়া হয় (১১-১৫) মোৰ আৰু ভেড়া আছে (১৬) সমৰ্পণৰ উৎসৱত যিহূদীসকলে যীচুৰ লগত তৰ্ক কৰে (২২-৩৯) বহুতো যিহূদীয়ে বিশ্বাস নকৰিলে (২৪-২৬) “মোৰ ভেড়াবোৰে মোৰ মাত শুনে” (২৭) পুত্ৰ, পিতৃৰ লগত একতাত আছে (৩০, ৩৮) যৰ্দ্দনৰ সিপাৰে থকা বহুতো লোকে বিশ্বাস কৰিলে (৪০-৪২) ১১ লাজাৰৰ মৃত্যু (১-১৬) মৰিয়ম আৰু মাৰ্থাক যীচুৱে শান্ত্বনা দিয়ে (১৭-৩৭) যীচুৱে লাজাৰক জীয়াই তুলিলে (৩৮-৪৪) যীচুক হত্যা কৰাৰ ষড়যন্ত্ৰ (৪৫-৫৭) ১২ মৰিয়মে যীচুৰ ভৰিত তেল ঢালি দিয়ে (১-১১) যীচু ৰজা হিচাপে প্ৰৱেশ কৰে (১২-১৯) যীচুৱে নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (২০-৩৭) যিহূদীসকলে বিশ্বাস নকৰিলে, যাৰ বাবে ভৱিষ্যবাণী পূৰ হʼল (৩৮-৪৩) যীচুৱে জগতক ৰক্ষা কৰিবলৈ আহিল (৪৪-৫০) ১৩ যীচুৱে নিজৰ শিষ্যসকলৰ ভৰি ধুৱাই (১-২০) যীচুৱে কয় যে তেওঁক ধৰাই দিয়াজন যিহূদা হয় (২১-৩০) নতুন আজ্ঞা (৩১-৩৫) “যদি তোমালোকৰ মাজত প্ৰেম থাকিব” (৩৫) যীচুৱে কʼলে যে পিতৰে তেওঁক অস্বীকাৰ কৰিব (৩৬-৩৮) ১৪ যীচুৱেই পিতৃৰ ওচৰলৈ যোৱা ৰাস্তা (১-১৪) “ময়েই সেই ৰাস্তা, সত্য আৰু জীৱন হওঁ” (৬) পবিত্ৰ শক্তি আহিব বুলি যীচুৱে প্ৰতিজ্ঞা কৰে (১৫-৩১) “পিতৃ মোতকৈ ডাঙৰ” (২৮) ১৫ আঙুৰৰ প্ৰকৃত লতাৰ উদাহৰণ (১-১০) খ্ৰীষ্টৰ দৰে প্ৰেম কৰাৰ আজ্ঞা (১১-১৭) “নিজৰ জীৱন দিয়াতকৈ শ্ৰেষ্ঠ প্ৰেম আৰু হʼব পাৰে নে?” (১৩) জগতে যীচুৰ শিষ্যসকলক ঘৃণা কৰে (১৮-২৭) ১৬ যীচুৰ শিষ্যসকলে মৃত্যুৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে (১-৪ক) পবিত্ৰ শক্তিৰ কাম (৪খ-১৬) শিষ্যসকলৰ দুখ আনন্দলৈ সলনি হʼব (১৭-২৪) যীচুৱে জগতক জয় কৰিলে (২৫-৩৩) ১৭ পাঁচনিসকলৰ লগত যীচুৰ শেষ প্ৰাৰ্থনা (১-২৬) অনন্ত জীৱন পাবলৈ হʼলে ঈশ্বৰক জানিব লাগিব (৩) খ্ৰীষ্টানসকল এই জগতৰ নহয় (১৪-১৬) “তোমাৰ বাক্য সত্য” (১৭) ‘মই তোমাৰ নাম জনালোঁ’ (২৬) ১৮ যিহূদাই যীচুৰ লগত বিশ্বাসঘাত কৰে (১-৯) পিতৰে তৰোৱাল ব্যৱহাৰ কৰে (১০, ১১) যীচুক হাননৰ ওচৰলৈ লৈ যোৱা হʼল (১২-১৪) পিতৰে প্ৰথমবাৰ অস্বীকাৰ কৰে (১৫-১৮) যীচু হাননৰ সন্মুখত (১৯-২৪) পিতৰে দ্বিতীয় আৰু তৃতীয়বাৰ অস্বীকাৰ কৰে (২৫-২৭) যীচু পীলাতৰ সন্মুখত (২৮-৪০) “মোৰ ৰাজ্য এই জগতৰ নহয়” (৩৬) ১৯ যীচুক চাবুকেৰে কোবোৱা হʼল, তেওঁক ঠাট্টা কৰা হʼল (১-৭) পীলাতে আকৌ যীচুক প্ৰশ্ন কৰে (৮-১৬ক) যীচুক গলগথাত কাঠত গজাল মাৰি দিয়া হʼল (১৬খ-২৪) যীচুৱে নিজৰ মাকৰ চোৱা-চিতা কৰাৰ ব্যৱস্থা কৰে (২৫-২৭) যীচুৰ মৃত্যু (২৮-৩৭) যীচুক কবৰ দিয়া হʼল (৩৮-৪২) ২০ খালী কবৰ (১-১০) যীচুৱে মৰিয়ম মগ্দলীনীক দেখা দিয়ে (১১-১৮) যীচুৱে নিজৰ শিষ্যসকলক দেখা দিয়ে (১৯-২৩) থোমাই সন্দেহ কৰে; তাৰ পাছত বিশ্বাস কৰে (২৪-২৯) এই নুৰাটোৰ উদ্দেশ্য (৩০, ৩১) ২১ যীচুৱে শিষ্যসকলক দেখা দিয়ে (১-১৪) যীচুক প্ৰেম কৰোঁ বুলি পিতৰে বাৰে বাৰে কয় (১৫-১৯) “মোৰ সৰু ভেড়াবিলাকক চৰোৱা” (১৭) যীচুৰ প্ৰিয় শিষ্যজনৰ ভৱিষ্যৎ (২০-২৩) সমাপ্তি (২৪, ২৫) Previous Next Print Share Share যোহন—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ যোহন—সাৰাংশ অসমীয়া যোহন—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt যোহন পৃষ্ঠা ১৪২৪-১৪২৫